Begin typing your search above and press return to search.

দুখনকৈ দন্ত মহাবিদ্যালয়ৰ স্থাপনৰ ঘোষণা

দুখনকৈ দন্ত মহাবিদ্যালয়ৰ স্থাপনৰ ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2018 9:29 AM GMT

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা সোমবাৰে সদৰী কৰি কয় যে ৰাজ্যত দুখনকৈ দন্ত মহাবিদ্যালয় স্থাপন কৰা হব ডিব্ৰুগড় আৰু আনখন শিলচৰত।

Next Story