দুগৰাকী নাবালিকা নিৰুদেশ

দুগৰাকী নাবালিকা নিৰুদেশ
Published on

গোলাঘাট চহৰৰ মাজমজিয়াৰ পৰা দুগৰাকীকৈ নাবালিকা নিৰুদেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।৯বছৰীয়া দৰ্শনা কুৰ্মী নামৰ নাবালিকা মিচন পট্টিৰ পৰা আৰু ১০ বছৰীয়া জানমনি ক'ল নামৰ নাবালিকা গৰাকী নতুন আমোলা পট্টিৰ পৰা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।দুয়োটা পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাবালিকা দুগৰাকীৰ সন্ধানত জোৰদাৰ সোধা-পোছা আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com