দুজন যুৱকক গ্ৰেপ্তাৰ

দুজন যুৱকক গ্ৰেপ্তাৰ
Published on

যোৰহাট তিয়কৰ বামুনপুখুৰী গাঁৱৰ নিৱাসী উজ্জ্বল শইকীয়া(২২) কমল শইকীয়াৰ পুত্ৰ আৰু তিয়কৰ বনাই গাঁৱৰ কৃষ্ণা বৰা(২১) অমুল্য বৰাৰ পুত্ৰক আলফাত নিয়োগ হোৱা অভিযোগত যোৱা বৃহস্পতিবাৰে নিশা শিৱসাগৰ পুলিচ পৰিৰ্দশকৰ নেতৃত্বত শিৱসাগৰৰ ডিমৌ আৰু নিতাইপুখুৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com