BreakingNews
দুধনৈত বিশেষভাৱে সক্ষম শিশু উদ্ধাৰ
বশিষ্ঠ থানাৰ অন্তৰ্গত দুধনৈৰ দেওশিলা নৈৰ দলংৰ তলত এটি ৭বছৰীয়া শিশু উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।নিজৰ সন্তানৰ প্ৰতি থাকিবলগীয়া মৰমৰ বিপৰীতে অতি নিষ্ঠুৰভাৱে পিতৃ-মাতৃয়ে পেলাই থৈ যায় দেওশিলা নৈৰ দলঙৰ তলত।পিতৃ-মাতৃ ক্ৰমে শিলচৰ ৰয় আৰু মুনু দেৱীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।ইফালে শিশুটি বৰ্তমান চাইল্ড লাইনে চমজি লৈছে।

