দৰিদ্ৰতা,শিক্ষাৰ অভাৱে মুল বিষয় : শিশু শ্ৰমিক

দৰিদ্ৰতা,শিক্ষাৰ অভাৱে মুল বিষয় : শিশু শ্ৰমিক

Published on

বিশ্ব শিশু শ্ৰমিক দিৱস উপলক্ষে দৰংজিলাৰ গাঁৱবুঢ়াপাৰাত কস্তুৰী শিশু গৃহ কেম্পাছৰ শিশু সুৰক্ষা প্ৰতিষ্ঠানত দৰং জিলাৰ শাসকীয় আৰু জিলা শিশু সুৰক্ষাৰ অন্তৰ্গত সামাজ কল্যাণ বিভাগে এখন সজাগতা সভাৰ আয়োজন কৰে।সভা খনত সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা কল্পনা ডেকা আৰু অতিৰিক্ত আৰক্ষী অধিক্ষক সত্যজিত নাথ উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com