ধুবুৰীত কনকলতা মহিলা সৱলীকৰণ সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহন

ধুবুৰীত কনকলতা মহিলা সৱলীকৰণ সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহন
Published on

ধুবুৰীৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কনকলতা মহিলা সৱলীকৰণ সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ-গ্ৰহন কৰে। ইয়াৰ উপৰিও সমাৰোহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে।প্ৰায় ২০হাজাৰৰো অধিক লোক এই সমাৰোহত অংশ গ্ৰহন কৰে। সভাত উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে ভাল কামৰ বাবে প্ৰতিটো মহিলা আত্মসহায়ক গোটক ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com