ধুবুৰী জিলা প্ৰসাশনে প্ৰশাসনে ল'লে উচিত ব্যৱস্থা

ধুবুৰী জিলা প্ৰসাশনে প্ৰশাসনে ল'লে উচিত ব্যৱস্থা

Published on

সহজ ব্যাকৰণ আৰু ৰচনাৰ কিতাপ খনত উল্লেখ কৰা বিহু ১২ বিধ নিউ মুহামাড্ডিয়ান পুস্তাকালয়ৰ প্ৰকাশনৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহন কৰে । জানিব পৰা মতে এই প্ৰকাশনৰ কোনো ধৰনৰ অনুজ্ঞা পত্ৰও নাই ।

The Sentinel - of this Land, for its People
www.sentinelassam.com