ধুম্ৰপানত অসমৰ স্থান চতুৰ্থ

ধুম্ৰপানত অসমৰ স্থান চতুৰ্থ
Published on

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰত ধুম্ৰপান সেৱনৰ চতুৰ্থতম স্থানত পৰিছে।ভাৰতৰ গ্লোৱেল এদাল্ট ট'বেক' অধ্যয়নৰ অনুসৰি এই তথ্য প্ৰকাশ পাইছে।

তথ্য অনুসৰি অসমৰ ৪৮.০২শতাংশ লোকে ধুম্ৰপানৰজনিত সামগ্ৰী ব্যৱহাৰ কৰে।ত্ৰিপুৰাৰ ৬৪.০৫ শতাংশ লোকে,মিজোৰামৰ লোকে ৫৮.০৭ শতাংশ,মেঘালয় ৪৭ শতাংশ অৰুণাচলত ৪৫.০৫শতাংশ আৰু নগালেণ্ডৰ প্ৰায় ৪৩.০৩ শতাংশ লোকে ধুম্ৰপান সেৱন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com