ধুম্ৰপানৰ বিৰুদ্ধে অভিযান

ধুম্ৰপানৰ বিৰুদ্ধে অভিযান
Published on

বিশ্ব ধুম্ৰপানৰ দিৱসৰ দিনা খন 'ৰাষ্ট্ৰীয় সেৱা যোজনা' ডিগবৈ ক'লেজত ধুম্ৰপানৰ বিৰুদ্ধে এক অভিযান আয়োজন কৰে।সমাজৰ পৰা ধুম্ৰপান নোহোৱা কৰাই এই অভিযানৰ মুল উদ্দেশ্য আছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com