'নতুন উত্তৰপূৰ্বাঞ্চলৰ' অবিহনে 'নতুন ভাৰত'ৰ সপোন অসম্পূৰ্ণ : মোডী

'নতুন উত্তৰপূৰ্বাঞ্চলৰ' অবিহনে 'নতুন ভাৰত'ৰ সপোন অসম্পূৰ্ণ : মোডী
Published on

শ্বিলংত অনুস্থিত হৈ থকা উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ ৬৭ সংখ্যক প্লেনাৰী চেচনৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে 'নতুন উত্তৰপূৰ্বাঞ্চল'ৰ অবিহনে 'নতুন ভাৰত' গঢ়াৰ সপোন আধৰুৱা হৈ ৰব।গৃহমন্ত্ৰী গৰাকীয়ে টুইট কৰি কয় যে উত্তৰপূৰ্বাঞ্চল উন্নতি আৰু শান্তিৰ পথত যাব ধৰিছে।সিঙে লগতে কয় যে উত্তৰপূৰ্বাঞ্চলৰ ৰাস্তা-পথৰ লগতে কৃষি ক্ষেত্ৰতো যথেষ্টখিনি কাম কৰবলৈ বাকী আছে যিখিনি অতি সোনকালে সম্পূৰ্ণ কৰা হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com