যোৱা দেওবাৰে চিৰাং জিলাৰ চেংবাগানৰ জালগাৱঁত "Nwngni Thakainw"নামৰ বড়ো ছবি এখনৰ শুভকাম আৰম্ভ কৰা হয়।ৰাজ্যিক WPTআৰু BC পৰ্যটক চন্দন ব্ৰহ্মাই নাৰিকল ফালি ছবিৰ কাম আৰম্ভ কৰে।