নন্দিনী শক্তি পেট্ৰল পাম্প লুট

নন্দিনী শক্তি পেট্ৰল পাম্প লুট
Published on: 

যোৱা বৃহস্পতি বাৰে গধূলি অস্ত্ৰধাৰী ডকাইটে ধূপগিৰি গুনপইণ্টৰ নন্দিনী শক্তি পেট্ৰল পাম্প লুট কৰে।জানিব পৰা মতে চাক্ষুস আৰু নন্দিনী শক্তি পেট্ৰল পাম্পৰ কৰ্মচাৰী সকলে কয় যে দুখন বাইক ১৫০ পালচাৰ আৰু য়ামাহা এফ জেদত ৪জনকৈ ডকাইট আহি পিষ্টল দেখুওৱাই ৫.৫০লাখ টকা লুট কৰি নিয়ে।লুট কৰাৰ পূৰ্ৱে ডকাইটৰ দলটোৱে ১০০০টকাৰে পেট্ৰল ভৰাইছিল।আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com