নাগাৰ্জুনে এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে ছবি "ব্ৰহ্মাস্ত্ৰ"ত

নাগাৰ্জুনে এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে ছবি "ব্ৰহ্মাস্ত্ৰ"ত
Published on

যোৱা সপ্তাহৰ পৰা নাগাৰ্জুনে অভিনয়ত যোগদান দিছে আলিয়া,ৰনবীৰ,মনি ৰয়ৰ আহিবলগীয়া ছবি "ব্ৰহ্মাস্ত্ৰ"ত।তাৰকা সকলে ভিন্ন চ'চিয়েল মিডিয়াৰ মাধ্যমৰে সুন্দৰ ফটো কিছুমান প্ৰকাশ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com