নাগ্ৰিজুলিত বন্যহস্তীৰ উপদ্ৰৱ

নাগ্ৰিজুলিত বন্যহস্তীৰ উপদ্ৰৱ

Published on

বাক্সা জিলাৰ নাগ্ৰিজুলি অঞ্চলৰ বহুত কেইখন গাঁওত বন্যহস্তীয়ে উপদ্ৰৱ চলাই।ভাৰত-ভূটান সীমান্তত সঘনাই অভিযান চলাই থকাৰ বাবে হাতী বোৰে সাংঘাতিক খাদ্য সঙ্কটত ভুগাৰ বাবে খাদ্য বিচাৰি জংঘলৰ পৰা ওলাই আহি নাগ্ৰিজুলি চাহবাগিছাৰ বহুতকেইটা ঘৰ ভাঙি তহিলং কৰে।এখন দোকান ভাঙি পেলোৱাৰ লগতে ঘৰত থকা খাদ্যৰ খোৱাৰ লগতে বস্তু বাহিনী ভাঙি পেলাই।সমগ্ৰ অঞ্চলৰ ৰাইজে আতংকত নিদ্ৰাবিহীন ৰজনী পাৰ কৰা লগতে চৰকাৰক সোনকালে ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com