Begin typing your search above and press return to search.

নাগৰিককেন্দ্ৰিক অনলাইন সেৱাব্যৱস্থা মুকলি

নাগৰিককেন্দ্ৰিক অনলাইন সেৱাব্যৱস্থা মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2018 9:49 AM GMT

মঙলদৈ পৌৰসভাই মঙলবাৰে আয়কৰদাতা আৰু নাগৰিকৰ সুবিধাৰ বাবে নাগৰিককেন্দ্ৰিক অনলাইন সেৱাব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাটো কমন চাৰ্ভিচ চেন্টাৰৰ সহযোগত মঙলদৈ পৌৰসভাৰ অন্তৰ্গত সকলো অঞ্চলতে এই সেৱাৰ ব্যৱস্থা কৰা হৈছে, যিটো সমগ্ৰ উত্তৰ পূৱৰ নগৰ প্ৰশাসনৰ ভিতৰতে প্ৰথম।

Next Story