নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী
Published on

লক্ষিমপুৰ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত সাধাৰন নাগৰিকৰ মাজত ১লাখ পত্ৰ প্ৰদান কৰে আৰু ০৮০৩০৬৩৬৪৫৫ নম্বৰৰ এটা মবাইল নাম্বাৰ শুভাৰম্ভ কৰে।বিধেয়কখনৰ বিৰোধিতা কৰা সকলে মিচ কল দিব পাৰে।সংগঠনটোৰ অধক্ষ্য চিন্টু শইকীয়া,সম্পাদক ৰাজু সিংঘৰ লগতে সংগঠনটোৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকি বিলখনৰ বিৰুদ্ধে থিয় দিবলে ৰাইজক আহ্বান জনায়।অধক্ষ্য চিন্টু শইকীয়াই কয় যে এই জাতিধংসী বিধেয়ক খন যদি হয় তেতিয়া খিলঞ্জীয়াৰ আৰু একোয়েই বাচি নাথাকিব।ৰাইজে যথেষ্ঠ সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা যায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com