নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলক লৈ প্ৰতিবাদ অগপৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলক লৈ প্ৰতিবাদ অগপৰ

Published on

নলবাৰীত জিলা সমিতিৰ উদ্যোগত অগপৰ বিশাল সমদলৰে ‘শংখনাদ’ কাৰ্যসূচীৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে। এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে।সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে অগপৰ বহু লোকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।ডবা, শংখ, তৰোৱাল, গদা আদিৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদৰ্শন অগপৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com