নাগৰিক বিলৰ বিৰোধিতা কৰে তৰুণ গগৈৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই

নাগৰিক বিলৰ বিৰোধিতা কৰে তৰুণ গগৈৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই
Published on: 

প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুন গগৈ,হিমেন দাস,উদ্ধৱ বৰ্মণ,ড° হিৰেন গোঁহায়ে নাগৰিকত্ব বিলৰ বিৰুদ্ধে বিৰোধিতা কৰে।গুৱাহাটীৰ লক্ষীধৰ বৰাৰ ক্ষেত্ৰত সমন্বয় কমিটী ফৰামে আয়োজন কৰা এই প্ৰতিবাদত বাম গণতান্ত্ৰিক মঞ্চইও অংশ গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com