Begin typing your search above and press return to search.

নিলোৎপল অভিজিতৰ মৃত্যুত অ'এছ এ,আমছুৱে জনালে প্ৰতিবাদ

নিলোৎপল অভিজিতৰ মৃত্যুত অএছ এ,আমছুৱে জনালে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2018 7:03 AM GMT

গোলাঘাট আৰু কাৰ্বি-আংলং সংযোগী পথৰ ৰঙাজান আৰু লাৱনঘাটত যোৱা দেওবাৰে অ'কিয়া সেনা অসম আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই কাৰ্বি-আংলংত ঘটি যোৱা ঘটনাৰ সন্দৰ্ভত লগতে অপৰাধীক উচিত শাস্তিৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে।

Next Story