নয়দাত অট্টালিকা খহি তিনিজনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

নয়দাত অট্টালিকা খহি তিনিজনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত
Published on

উত্তৰ প্ৰদেশৰ নয়দাৰ শ্বাহবেৰী গাওঁত এটা অট্টালিকা খহি পৰাৰ ফলত তিনিজন ব্যক্তিৰ মৃত্যু হোৱা লগতে আহত তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰিছে।দেৱালত অতিমাত্ৰা কুঁৱলিৰ লগতে অতি নিম্নমানৰ সামগ্ৰীয়ে অট্টালিকাটো নিৰ্মান কৰা বাবে খহি পৰিলে বুলি জানিব পৰা গৈছে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লোকসকলক উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে উচিত তদন্তৰ নিৰ্দেশ দিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com