পানবজাৰ আৰক্ষী থানাত অভ্যৰ্থনা কক্ষ মুকলি

পানবজাৰ আৰক্ষী থানাত অভ্যৰ্থনা কক্ষ মুকলি
Published on: 

মহানগৰ আৰক্ষীয়ে জনসাধাৰণৰ বন্ধুত্বসুলভ সম্পৰ্কৰ ৰক্ষাৰ বাবে যোৱা মঙলবাৰে পানবজাৰ আৰক্ষী থানাত আৰক্ষী নিৰ্দেশক কুলধৰ শইকীয়াই নতুনকৈ নিৰ্মান কৰা অভ্যৰ্থনা কক্ষ মুকলি কৰে। প্ৰথম টো অভ্যৰ্থনা মুকলি কৰাৰ পিছতে আৰু আন চাৰিখন আৰক্ষী থানা ভৰলুমুখ,জালুকবাৰী,দিশপুৰ,ফটাশিল-আমবাৰীতো অভ্যৰ্থনা কক্ষ নিৰ্মানৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com