"পাৰ্কিংৰাইনো এপপ"

"পাৰ্কিংৰাইনো এপপ"
Published on: 

চিইঅ' ত্ৰিদিপ কোঁৱৰ আৰু তেওঁৰ সতীৰ্থ মৃগাংক ডেকাই উলিউৱা পাৰ্কিংৰাইনো এপপ" হৈছে গাড়ী পাৰ্ক কৰা সময়ত ড্ৰাইভাৰে ব্যৱহাৰ কৰিব পৰা এক নতুন এপপ।ইয়াৰ যোগেদি কোন ঠাইত গাড়ী পাৰ্ক কৰাৰ সুবিধা আছে সেই সকলো ধৰণৰ কথা এই এপপচ সহায়ত জানিব পাৰিব। গুৱাহাটীৰ লগতে অসমৰ ভিন্ন ঠাইত এই এপপ মুকলি কৰা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com