পুখুৰীত পৰি যুৱকৰ সলিলসমাধি

পুখুৰীত পৰি যুৱকৰ সলিলসমাধি
Published on

বজালীৰ পাঠশালা মহাবিদ্যালয়ৰ পুখুৰীত এজন যুৱকে গা ধুৱলৈ গৈ পুখুৰীত পৰি মৃত্যু হয়।যুৱক জনৰ নাম ধৃতিমান পাটগিৰি।পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল ধৃতিমান।

The Sentinel - of this Land, for its People
www.sentinelassam.com