পুনৰ পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিয়ে হাহাকাৰ কৰি তুলিছে ৰাইজক

পুনৰ পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিয়ে হাহাকাৰ কৰি তুলিছে ৰাইজক
Published on

পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিয়ে এতিয়া আকাশ চুব গৈ ।পেট্ৰল আৰু ডিজেলৰ দৰ বৃদ্ধিয়ে সাধাৰন জনতাৰ মাজত যিদৰে হাহাকাৰৰ সৃষ্টি কৰিছে সেই হেতুকে আছুৰ সভাপতি সমুজ্জ্বল ভট্টাচাৰ্য্য,অধ্যক্ষ দিপাংকৰ কুমাৰ নাথ, আৰু সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে মোদীয়ে "মন কি বাট শুনিয়ে" বুলি কথাষাৰৰ প্ৰসংগত উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।যোৱা ৫দিনৰ ভিতৰতে অস্বভাবিক ৰূপত বৃদ্ধি পোৱা পিছত বৰ্তমান পেট্ৰল-ডিজেলৰ দাম ক্ৰমে ৭৯.০৩ প্ৰতি লিটাৰত আৰু ডিজেলৰ ৭১.০৭ প্ৰতি লিটাৰত বৃদ্ধি পাইছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com