Top
Begin typing your search above and press return to search.

পুনৰ প্ৰাক্তন এ পি এস চি সদস্য বসন্ত দলেক গ্ৰেপ্তাৰ

পুনৰ প্ৰাক্তন এ পি এস চি সদস্য বসন্ত দলেক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2018 5:58 AM GMT

প্ৰাক্তন অসম লোকসেৱা আয়োগৰ সদস্য বসন্ত দলেক কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ সময়ত ধনৰ লেনদেন কৰাৰ অভিযোগত পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে।ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত থকা ১৫৯/১৭নম্বৰ গোচৰৰ ভিত্তিত ৰাকেশ পাল জেলতে আছে। বেদান্ত বিকাশ দাস নামৰ ব্যক্তি জনক চাকৰি দিয়া নামত ১৫ লাখ টকা দাবী কৰা অভিযোগত গোচৰ দিছিল।

Next Story