প্ৰাক্তন অসম লোকসেৱা আয়োগৰ সদস্য বসন্ত দলেক কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ সময়ত ধনৰ লেনদেন কৰাৰ অভিযোগত পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে।ইতিমধ্যে ভঙাগড় আৰক্ষী থানাত থকা ১৫৯/১৭নম্বৰ গোচৰৰ ভিত্তিত ৰাকেশ পাল জেলতে আছে। বেদান্ত বিকাশ দাস নামৰ ব্যক্তি জনক চাকৰি দিয়া নামত ১৫ লাখ টকা দাবী কৰা অভিযোগত গোচৰ দিছিল।
Begin typing your search above and press return to search.