পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Published on

যোৱা মঙলবাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদ্স্য সকলে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা সাজি প্ৰতিমূৰ্ত্তি দাহ কৰি এক প্ৰতিবাদ সাৱস্ত্য কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com