পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধি: এ জি এস ইউয়ে জনালে প্ৰতিবাদ

পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধি: এ জি এস ইউয়ে জনালে প্ৰতিবাদ
Published on

যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত সদৌ গুৱাহাটী ছাত্ৰ ইউনিয়নে পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিৰ বিৰুদ্ধে উজানবজাস্থিত শ্বহীদ ভৱনৰ ওচৰত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰৱ প্ৰধানৰ পুত্তলিকা সাজি প্ৰতিকৃত্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com