পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ

পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ
Published on

মহানগৰীৰ দক্ষিণগাঁৱত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হ’ল পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণৰ কাম। এই নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিল আৰু প্লাষ্টিক মিহলাই নতুন পদ্ধতিৰে পথ নিৰ্মাণ কৰাৰ নতুন পদক্ষেপ গ্ৰহন কৰিছে গড়কাপ্টানী বিভাগে। ইয়াৰ ফলত বিতুমিনৰ পৰিমাণ কমিব আৰু প্ৰতি কিলোমিটাৰত ৩০ৰ পৰা ৫০ হাজাৰ টকা ৰেহাই হ’ব।

The Sentinel - of this Land, for its People
www.sentinelassam.com