Top
Begin typing your search above and press return to search.

পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান

পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2018 7:56 AM GMT

ভলভ'গ্ৰেড এৰেনা ষ্ট্ৰেডিয়ামত বৃহস্পতিবাৰে অনুস্থিত গ্ৰুপ এইচ'ৰ এখন খেলত এচিয়াৰ শক্তি জাপান পোলেন্ডৰ বিৰুদ্ধে ০-১ গ'লত পৰাস্ত হয়।৫৯ মিনিটত জান বেডনাৰেকৰ এক দাৰ্শনীয় গ'লেৰে পোলেন্ডে অগ্ৰগতি লাভ কৰে।পৰাজয়ৰ পাছতো প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে জাপানে।কলম্বিয়া গ্ৰুপ এইচ'ৰ পৰা নকআউটত পোৱাৰ বিপৰিতে জাপান আৰু চেনেগালৰ পইন্ট সমান আছিল যদিও শৃখলাবদ্ধ দল হিচাবে নকআউটত স্থান লাভ কৰে।

Next Story