প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তাত ভয় খাইছে বিৰুধীয়ে : ৰাকেশ সিং

প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তাত ভয় খাইছে বিৰুধীয়ে : ৰাকেশ সিং

Published on

বিজেপি সাংসদ ৰাকেশ সিঙে সংসদত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা দেখি বিৰুধীয়ে ২০১৯ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিব বুলি ভয় খাইছে।তেওঁ দাবী কৰি কয় যে বিজেপি দল আকৌ নিৰ্বাচনত জয় লাভ কৰি ক্ষমতা দখল কৰিব।সংসদ গৰাকীয়ে আকৌ দাবী কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে ভাৰতীয় জনতা দলে যি উন্নয়ন কৰিছে কংগ্ৰেছ দলে তেওঁলোকৰ শাসনৰ ৪৮ বছৰতো কৰিব পৰা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com