প্ৰস্থানামৰ পোষ্টাৰ মুকলি

প্ৰস্থানামৰ পোষ্টাৰ মুকলি
Published on

সঞ্জয় সত্তৰ বায়পিক 'সঞ্জু'ৰ সাফল্যই সঞ্জয় দত্তৰ বাবে এই ২০১৮বৰ্ষটো এক সৌভাগ্য বৰ্ষ বুলিব পাৰি।ৰনবীৰ কাপুৰৰ অভিনীত ছবি খনে বক্স অফিচৰ লগতে মানুহৰ মনত সাঁচ বহুৱাব পাৰিছে। সঞ্জয় দত্তৰ নতুন ছবি যেনে; 'চাহেৱ বিবি' আৰু 'গেংষ্টাৰ৩' আহি আছে লগতে আজি আৰু এখন নতুন ছবি 'প্ৰস্থানাম'ৰ পোষ্টাৰ মুকলি পাইছে।

পোষ্টাৰ খনত দেখা পোৱা অনুসৰি সঞ্জয় দত্তই পৰম্পৰাগত বগা কূৰ্টা-ধূটী পৰিধান কৰি কেমেৰাক পিছ কৰি আগফালে চাই থকা দৃশ্যত পোষ্টাৰ এখন মুকলি কৰা হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com