প্ৰাক্তন মেয়ৰ আৱিৰ পাত্ৰ দেহৱসান

প্ৰাক্তন মেয়ৰ আৱিৰ পাত্ৰ দেহৱসান
Published on

গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ আৱিৰ পাত্ৰৰ গুৱাহাটীৰ কোনো এখন হাস্পতালত মৃত্যু হয়।জানিব পৰা মতে তেওঁ কেইবাদিন ধৰি অসুস্থতাত ভুগি আছিল।২০১৩-২০১৬চনলৈ তেওঁ গুৱাহাটীৰ মেয়ৰ হিচাপে কৰ্মৰত আছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com