হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব অহা ২৫মে'ত ঘোষণা কৰা হব ।জানিব পৰা মতে সেই একে দিনা খনে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সমূহো প্ৰদান কৰা হব।