Begin typing your search above and press return to search.

ফল কৃত্ৰিমভাৱে পকোৱা ৰোধ কৰিবলৈ চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ফল কৃত্ৰিমভাৱে পকোৱা ৰোধ কৰিবলৈ চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2018 8:48 AM GMT

কৃত্ৰিমভাৱে ফল পকোৱাৰ গুৰুতৰ ফলাফলৰ বিষয়ে সজাগ হৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক এই সমস্যাটো সমাধানৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব সেইবিষয়ে পৃথকে পৃথকে সদৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News