আজি গ্ৰুপ চি'ৰ এখন খেলত ১৯৯৮ চনৰ বিশ্বচেম্পিয়ন ফ্ৰান্সৰ বিৰুদ্ধে যুঁজ দিব ডেনমাৰ্কে।ইতিমধ্যে দুয়োখন খেলতে বিজয় লাভ কৰি ফ্ৰান্স ৬ পইন্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ৪ পইন্টেৰে ডেনমাৰ্ক দ্বিতীয়ত আছে।এন্টনিউ' গ্ৰিজমান,পল পগবাৰ দৰে তাৰকা সমৃদ্ধ ফৰাচী দলটোৰ বিৰুদ্ধে ডেনমাৰ্কে কেনেধৰনৰ ৰণনীতিৰ সহায়ত যুঁজখনত অৱতীৰ্ন হব সেয়াহে লক্ষনীয় হব
Begin typing your search above and press return to search.