বজৰংগী ভাইজানৰ মুন্নীৰ আজি জন্মদিন

বজৰংগী ভাইজানৰ মুন্নীৰ আজি জন্মদিন
Published on: 

হৰশালী মলহোত্ৰাৰ ১০বছৰীয়া জন্মদিন

জি টিভিৰ অতি জনপ্ৰিয় ধাৰাবাহিক "কুবুল হে"ৰ পৰা হৰশালী তথা মুন্নীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

চলমান খানৰ 'বজৰংগী ভাইজান'ত প্ৰথম অভিনয় কৰে মুন্নীয়ে '

হৰশালীয়ে ছবি খনৰ বাবে বহু কেইবাৰ বটাঁ পাবলৈও সক্ষম হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com