বন্ধৰ বিৰোধিতা কৰি বিধান সভাত এক বৈঠক

বন্ধৰ বিৰোধিতা কৰি বিধান সভাত এক বৈঠক
Published on

অসম বিধানসভাৰ আইন ৰূপায়ন সমিতিয়ে অসমৰ ভিন্ন বন্ধ সমূহ নিষিদ্ধ কৰাক লৈ এখন বৈঠকত মিলিত হয় ।আইন ৰূপায়ন সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়া ভিন্ন বন্ধ সমূহক লৈ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com