অসম বিধানসভাৰ আইন ৰূপায়ন সমিতিয়ে অসমৰ ভিন্ন বন্ধ সমূহ নিষিদ্ধ কৰাক লৈ এখন বৈঠকত মিলিত হয় ।আইন ৰূপায়ন সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়া ভিন্ন বন্ধ সমূহক লৈ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে।