বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত সোণোৱালৰ দৃঢ় মন্তব্য, ৰাইজক প্লাস্টিক বৰ্জন কৰিবলৈ আহ্বান

বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত সোণোৱালৰ দৃঢ় মন্তব্য, ৰাইজক প্লাস্টিক বৰ্জন কৰিবলৈ আহ্বান
Published on

চৰকাৰৰ প্লাস্টিক বৰ্জনৰ জৰিয়তে পৰিবেশ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে মূখ্যমন্ত্ৰী সোণোৱালে ডিগবৈৰ পাণবাৰীত বিশ্ব পৰিবেশ দিৱস পালন কৰে। বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সোণোৱলে দৈনন্দিন জীৱনত প্লাষ্টিক আৰু অন্যান্য প্ৰদূষিত সামগ্ৰী বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com