বলীউদ চুপাৰষ্টাৰ চলমান খানৰ নতুন পৰিকল্পনা

বলীউদ চুপাৰষ্টাৰ চলমান খানৰ নতুন পৰিকল্পনা
Published on: 

বলীউদ চুপাৰষ্টাৰ চলমান খানে এতিয়ালৈ দৰ্শক সকললৈ আগবঢ়োৱা প্ৰত্যেক খন ছবিয়ে অতি জনপ্ৰিয়তা লাভ কৰিছে।কিন্তু এইবাৰ তেখেতে টিভিত অধিক মনযোগ দিয়াৰ কিছু নতুন পৰিকল্পনা হাতত লৈছে।তেওঁৰ নিজৰ প্ৰদাক্টচন কোম্পানী এস কে প্ৰদাক্টচন আৰু ডিজিটেল প্লেটফৰ্মৰ সৈতে কাম কৰাৰ মনোযোগ প্ৰদান কৰিছে।ইয়াৰ উপৰিও চলমানৰ প্ৰদাক্টচনৰ প্ৰত্যেক খন বেনাৰ তেওঁৰ দেউতাক চেলিম খানৰ নামৰ সৈতে প্ৰকাশ পাৱ।

The Sentinel - of this Land, for its People
www.sentinelassam.com