বশিষ্ট আৰক্ষীয়ে আটক কৰে দিল্লীৰ দুই ব্যৱসায়ীক

বশিষ্ট আৰক্ষীয়ে আটক কৰে দিল্লীৰ দুই ব্যৱসায়ীক
Published on

যোৱাকালি বশিষ্ঠ আৰক্ষীয়ে হৰেন্দ্ৰ সিং আৰু ৰনবীৰ সিং নামৰ চাউণ্ড ট্ৰেডাৰচ অৰ্থাৎ শব্দ ব্যৱসায়ী দুজনক আটক কৰে।আৰক্ষীৰ তথ্যানুসৰি কামাখ্যা ব্যৱসায় আৰু পৰিবহন সংস্থাৰ সাধাৰন সম্পাদক বেলতলাৰ বালৱান বাৰ্মা নামৰ এজন ব্যক্তিৰ সৈতে তেওঁলোক দুজনে প্ৰায় ৮বছৰ ধৰি কয়লা যোগান ধৰা ব্যৱসায় কৰি আহিছিল।কিন্তু পিছলৈ এই দুষ্ট চক্ৰটোৱে বালৱানৰ পৰা প্ৰায় ১.৩২কোটি টকা আত্মসাৎ কৰি ব্যৱসায় জনক আওকান কৰিবলৈ লয়।সেয়ে ভাৰতৰ সংবিধানৰ ৮৭৯/১৭ দণ্ডবিধি অনুসৰি ৪২০/৪০৬/৪০৯ নম্বৰ ধাৰাত অভিযোগ দাখিল কৰে। অভিযোগ মৰ্মে বশিষ্ঠ আৰক্ষীয়ে যোৱাকালি দিল্লীৰ পৰা তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com