বাণিজ্য শাখাত নাম উজ্বলালে ৰৌনক লুহিয়াই

বাণিজ্য শাখাত নাম উজ্বলালে ৰৌনক লুহিয়াই

Published on

নগাঁৱ জিলাৰ গীতাঞ্জলি জুনিয়ৰ ক'লেজৰ পৰা বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।লগতে সেই একেখন ক'লেজৰ পৰা একে শাখাতে আৰু দুগৰাকী ছাত্ৰী ক্ৰমে ৰাধীকা আগৰৱালে চতুৰ্থ স্থান আৰু চিংকী চেতিয়াই অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com