বানত উটিল লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ ২৫ খন গাওঁ

বানত উটিল লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ ২৫ খন গাওঁ
Published on

জিয়াধল,কুমাটিয়া চামপৰা,কৰ্হা আৰু ৰাটুৱাৰ নদীৰ বানপানীয়ে লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ ২৫ খন গাওঁ প্লাবিত কৰিছে।কাষৰীয়া ৰাজ্য অৰুনাচল লগতে ধেমাজি আৰু লক্ষিমপুৰ জিলাত হোৱা নেৰানেপেৰা বৰষুনৰ ফলতে এই বানপানীৰ সৃষ্টি হৈছে।জিলা প্ৰশাসনে বাৰদৈবাম প্ৰাথমিক বিদ্যালয়ত এটা বৰ্নাত্য শিবিৰ নিৰ্মান কৰি দিয়াত তাত ৩৬টা পৰিয়ালে আশ্ৰয় লয় আছে।পানী পথৰ ওপৰেদি বৈ যোৱা ফলত যাতায়তৰ যোগাযোগ বিচিন্ন হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com