বানপানীৰ পৰা হ'ব পৰা ভয়ানক ক্ষতি

বানপানীৰ পৰা হ'ব পৰা ভয়ানক ক্ষতি
Published on

শিৱসাগৰ জিলাত নেৰানেপেৰা বৰষুণৰ ফলত দিখৌ আৰু দিচাং নৈ সৃষ্টি কৰিব পৰা ভয়াৱহ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ শিৱসাগৰ জিলা প্ৰসাশনে জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগ,জলসম্পদ বিভাগ আৰু সকলো সুৰক্ষা দল,অসম পুলিচ,ৰাজ্যিক অগ্নিনিৰ্বাপক দলক আগতীয়াকৈ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে আগতীয়াকৈ সাজু হৈ থকাৰ নিৰ্দেশ দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com