বিধেয়কৰ বিৰুদ্ধে অগপৰ সোণোৱালৰ প্ৰতি বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া

বিধেয়কৰ বিৰুদ্ধে অগপৰ সোণোৱালৰ প্ৰতি বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া
Published on

শুক্ৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট সভাত অগপই নাগৰিকত্ব (সংশোধনী) বিল,২০১৬ ৰ বিৰোধিতা কৰা সৰ্ম্পকত চৰকাৰী আৰু বেচৰকাৰী সূত্ৰই বিপৰীতধৰ্মী তথ্য প্ৰকাশ কৰিছে। বেচৰকাৰী সূত্ৰই জনোৱা মতে, তিনিজন অগপ মন্ত্ৰীয়ে কেবিনেট সভাত নাগৰিকত্ব (সংশোধনী) বিলৰ বিৰোধিতা কৰে। ইয়াৰ ফলত বিজেপিৰ কিছুসংখ্যক মন্ত্ৰী আৰু অগপৰ তিনি মন্ত্ৰীৰ মাজত বিৰ্তকৰ সৃষ্ঠি হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com