বিলম্ব হোৱা কাম সোনকালে শেষ কৰাৰ আহ্বান সোণোৱালৰ

বিলম্ব হোৱা কাম সোনকালে শেষ কৰাৰ আহ্বান সোণোৱালৰ
Published on

উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ প্লেনাৰী চেচনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ বহুত পিছপৰি আছে।ৰাজ্য সমূহত যিহেতু অনেক প্ৰাকৃতিক সম্পদৰে ভৰপূৰ নৰেন্দ্ৰ মোডী ভিজনৰ জড়িয়তে ভাৰতবৰ্ষৰ প্ৰগতিৰ ইন্ধন হিচাপে উত্তৰ- পূৰ্বাঞ্চলক ব্যৱহাৰ কৰিব পৰা যাব।প্ৰযুক্তিৰ ক্ষেত্ৰতো উঃপূৰ্বাঞ্চল আগবাঢ়ি যাব লাগিব যিহেতু বৰ্তমান প্ৰযুক্তিৰ যুগ।মোডী চৰকাৰৰ গড়কাপ্তানী বিভাগে ১৫টা নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৩১ খন ৰাজ্যৰ ১০২৫ কিঃমিঃ পথ নিৰ্মানৰ সিদ্ধান্ত লৈছে।সোনোৱালে সকলোকে বিলম্ব হোৱা সকলো কাম কেন্দ্ৰৰ পুঁজিৰ জড়িয়তে সমাপ্ত কৰিবলে আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ সীমান্ত সমূহত শান্তিৰ বৰ্তাই ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com