Begin typing your search above and press return to search.

বিশিষ্ট সাহিত্যিক প্ৰফুল্ল কটকীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক প্ৰফুল্ল কটকীৰ দেহাৱসান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2018 6:20 AM GMT

শিক্ষাবিদ তথা সাহিত্যিক ড° প্ৰফুল্ল কটকীৰ যোৱা মঙলবাৰে হাস্পতালত মৃত্যু ঘটে।কটকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল।

Next Story