বিশিষ্ট সাহিত্যিক প্ৰফুল্ল কটকীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক প্ৰফুল্ল কটকীৰ দেহাৱসান
Published on

শিক্ষাবিদ তথা সাহিত্যিক ড° প্ৰফুল্ল কটকীৰ যোৱা মঙলবাৰে হাস্পতালত মৃত্যু ঘটে।কটকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com