বিশুদ্ধ খোৱাপানীৰ অভাৱত গাওঁৰ জনতা

বিশুদ্ধ খোৱাপানীৰ অভাৱত গাওঁৰ জনতা

Published on

বিজেপি চৰকাৰে উন্নয়নৰ জয়গান গাই থকা সময়ত অসমৰ গাওঁ অঞ্চলৰ ৰাইজে

এটোপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।ৰাষ্ট্ৰীয় গ্ৰামীন খোৱাপানী আঁচনিৰ ২৬২০খন আঁচনিৰ মাত্ৰ ১৬২০খনহে কাৰ্যকাৰী হৈছে।বিশুদ্ধ খোৱাপানীৰ অভাৱত গ্ৰামীন ৰাইজ নানাধৰনৰ বেমাৰত আক্ৰান্ত হবলগীয়া হৈছে।ভুক্তভুগী ৰাইজে চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।এটা কথা স্পষ্ট হৈছে যে নীতি আয়োগৰ ৰিপৰ্টৰ পাছত চৰকাৰে খোৱাপানীৰ ক্ষেত্ৰত সোনকালে ব্যৱস্থা গ্ৰহন কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com