বিশেষ অনুসন্ধানকাৰী দল গঠন, গণহত্যা ঘটনাৰ বাবে ২৩ জনক গ্ৰেপ্তাৰ

বিশেষ অনুসন্ধানকাৰী দল গঠন, গণহত্যা ঘটনাৰ বাবে ২৩ জনক গ্ৰেপ্তাৰ

Published on

কাৰ্বিআংলঙৰ ডকমকা আৰক্ষী চকীৰ অন্তৰ্গত কাঠিলাংচ জলপ্ৰপাতৰ ওচৰত হোৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ গণহত্যাত জড়িত থকাৰ সন্দেহত ২৩ জন লোকক গ্ৰেপ্তাৰ কৰা আৰু বিশেষ অনুসন্ধানকাৰী দল গঠন কৰাৰ পিছত এই ঘটনাৰ অনুসন্ধান কাৰ্য্যই ক্ষীপতা লাভ কৰিছে।ইফালে, পাৰ্বত্য জিলাখনৰ পৰিস্থিতি এতিয়াও অস্বাভাৱিক হৈ আছে। এ দি জি পি মুকেশ আগৰৱাল শনিবাৰে ঠাইখনত উপস্থিত হৈ এই খবৰ লিখা সময়লৈ তাতে বাহৰ পাতি আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com