বিশ্বকাপ ২০১৮ ৰ আৰম্ভণি অনুষ্ঠান সম্পৰ্কীয় সবিশেষ

বিশ্বকাপ ২০১৮ ৰ আৰম্ভণি অনুষ্ঠান সম্পৰ্কীয় সবিশেষ
Published on

অপেক্ষাৰ অন্ত, আজিৰ পৰা ফিফা বিশ্বকাপ ২০১৮ আৰম্ভ হ'ব। সমগ্ৰ বিশ্ব অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্বকাপৰ আৰম্ভণি অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ। সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হ'ব বিশ্বকাপৰ আৰম্ভণি অনুষ্ঠান। তলত এই অনুষ্ঠানৰ সবিশেষ:

- ৰেড কাৰ্পেট সন্ধিয়া ৬.৩০ বজাত

- ৰাচিয়া আৰু চৌডি আৰৱৰ মাজত হ'বলগীয়া খেলৰ আগতে ৩০ মিনিট জুৰা আকৰ্ষণীয় আৰম্ভণি অনুষ্ঠান

- অনুষ্ঠান হ'ব মস্কোৰ লুঝনিকি ষ্টেডিয়ামত

- বিখ্যাত সংগীতজ্ঞ ৰবি উইলিয়ামচে অনুষ্ঠান প্ৰদৰ্শন কৰিব

- অপেৰা সংগীতজ্ঞ প্লেচিদো দমিংগো, লুচিয়ানো পাভাৰোত্তি আৰু জ'চ কাৰেৰাচেও অনুষ্ঠান পৰিবেশন কৰিব

-৫০০ নৃত্যশিল্পী, জিমনাষ্ট আৰু ট্ৰাম্পোলিনিষ্টে ও কলা প্ৰদৰ্শন কৰিব।

- বিশ্বকাপ ফুটবল ২০১৮ ৰ অফিচিয়েল গীতটো আৰম্ভণি খেলৰ আগতে পৰিবেশন কৰা হ'ব।

The Sentinel - of this Land, for its People
www.sentinelassam.com